গুৱাহাটীত অনুষ্ঠিত নাগৰিক সমাজৰ সভাৰ শেষত সংবাদ মাধ্যমৰ সন্মুখত মানৱ অধিকাৰ কৰ্মী ছৈয়দা হামিদে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম নাগৰিক সমাজে ।