ছৈয়দা হামিদৰ বক্তব্যই জুই জ্বলাইছে অসমত । নাগৰিক সমাজৰ উদ্যোগত আয়োজিত এখন সভাত অসমত বাংলাদেশী থকাৰ প্ৰসংগত কৰা মন্তব্যই ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।