Surprise Me!

গুজৰাটত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে মাৰুতি ছুজুকিৰ প্ৰথমখন বৈদ্যুতিক বাহন e-Vitara

2025-08-26 1 Dailymotion

গুজৰাটৰ হান্সালপুৰত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ই-ভিটাৰা নামৰ মেড ইন ইণ্ডিয়া বেটাৰী ইলেক্ট্ৰিক ভেহিকেলছ (BEV)ৰ আজি শুভাৰম্ভ কৰে ।