Surprise Me!

চিকিৎসকে তিনি মাহ সময় বান্ধি দিয়া এগৰাকী এইডছ আক্ৰান্তৰ ৩ দশকৰ জীৱনগাথা

2025-08-26 11 Dailymotion

তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা যিয়ে নিজকে এইচ আই ভি পজিটিভ বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল । সেই জাহ্নৱী গোস্বামীৰ সামগ্ৰিক প্ৰেক্ষাপটৰ এক বিশেষ প্ৰতিবেদন ।