২৯ আগষ্টত গুৱাহাটীলৈ আহিব অমিত শ্বাহ । ভাগ ল'ব তিনিটাকৈ কাৰ্যসূচীত । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ভ্ৰমণসূচী সন্দৰ্ভত বাজপেয়ী ভৱনত পল্লৱলোচন দাসৰ সংবাদমেল ।