অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যু গোচৰৰ তদন্ত চি আই ডিক হস্তান্তৰৰ কথা ঘোষণা কৰিছে ।