Surprise Me!

বিজেপিত কেৱল গৰুচোৰেই নাই, ভোট চোৰো আছে: গৌৰৱ গগৈ

2025-08-28 3 Dailymotion

শিৱসাগৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।