ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থা । এনেকৈ দাম কমি গৈ থাকিলে উদ্যোগটোৱেই শেষ হৈ যোৱাৰ আশংকা ।