Surprise Me!

কেঁচাপাতৰ উচিত মূল্য বিচাৰি ভাৰতীয় চাহ ব'ৰ্ডৰ কাৰ্যালয় কঁপালে ক্ষুদ্ৰ চাহ খেতিয়কে

2025-08-28 2 Dailymotion

দেশৰ অৰ্থনীতিলৈ অনবদ্য অৱদান আগবঢ়োৱা হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহখেতিয়কৰ হাহাকাৰ । ভাৰতীয় চাহ ব'ৰ্ডৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ।