Surprise Me!

বিশিষ্ট শিল্পী জীনা ৰাজকুমাৰী আৰু স্বামী দিব্যজ্যোতি গোস্বামীৰ নেত্ৰদান

2025-08-30 9 Dailymotion

দেশত পালন হৈ আছে 'নেত্ৰদান পষেক' ৷ বিশিষ্ট শিল্পী জীনা ৰাজকুমাৰী আৰু স্বামী দিব্যজ্যোতি গোস্বামীয়ে নেত্ৰদান কৰি সকলোকে এই মহান দানৰ কথা সোঁৱৰাই দিছে ৷