Surprise Me!

বৃন্দাবনী বস্ত্ৰৰ খবৰ পাই আনন্দ-উল্লাস বৰপেটা সত্ৰত: চৰকাৰক ধন্যবাদ

2025-08-30 3 Dailymotion

বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ চৰকাৰৰ সিদ্ধান্তক আদৰণি বৰপেটা সত্ৰৰ । শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত বৰপেটাতে বৈ উলিওৱা হৈছিল এই বৃন্দাবনী বস্ত্ৰ ।