ভাৰতৰত্ন সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ প্ৰাকক্ষণত আহিছে এক সুখবৰ ৷ ভূপেনদাৰ কুঠৰীৰ ‘‘আপোন ঘৰ’’ৰ ভূমিস্বত্ব অসম চৰকাৰলৈ হস্তান্তৰ হ’ল ৷ আনন্দিত কলিয়াবৰবাসী ৷