GMCH-ত নৱজাতক সলনি হোৱাৰ অভিযোগ উত্থাপন কৰিছে এটা পৰিয়ালে ৷ কিন্তু ভুক্তভোগী পৰিয়ালটোৰ বিপৰীতে মন্তব্য কৰিছে অধীক্ষক দেৱজিৎ চৌধুৰীয়ে ৷