বি পি এফ দ্বিতীয় প্ৰাৰ্থী তালিকাত ১০ জনৰ নাম ঘোষণা হাগ্ৰামা মহিলাৰীৰ । প্ৰথম পৰ্যায়ত ২২টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল মহিলাৰীয়ে ।