কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত বিকৃত ৰূপত পৰিৱেশন কৰাক লৈ সৰ্বতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিকৃতকৰণৰ দৃশ্য ।