বাতৰি সংগ্ৰহ কৰি উভতি আহি থকাৰ সময়তে সাংবাদিকগৰাকীক উদ্দেশ্যি কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে ৷ অৱশ্যে পিছত দুৰ্বৃত্তটোক আটক কৰে আৰক্ষীয়ে ৷