চিৰাঙৰ কাজলগাঁৱত সোমবাৰে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল কৰাক লৈ পুৱাৰে পৰা উখল মাখল পৰিৱেশ ।