ৰং-বিৰঙৰ পখিলাৰে জিলিকি উঠিছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান । পখিলা মাহ উপলক্ষে অসমৰ লগতে কেইবাখনো ৰাজ্যৰ পখিলা বিশেষজ্ঞৰ অংশগ্ৰহণ ।