খেতি-বাতি কৰাৰ পাছত ফচলৰ উৎপাদন যাতে ভাল হয়, বৃদ্ধি পায়, সেই মানসেৰে কৰম পৰৱ পালন কৰা হয় ৷ অৱশ্যে ঠাইভেদে নীতি-নিয়মৰ কিছু তাৰতম্য আছে ৷