বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বাঢ়িছে নেতাৰ বাক্যুদ্ধ ৷ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ মাজত চলিছে বোকা ছটিওৱাৰ খেল ।