Surprise Me!

সাম্প্ৰদায়িকতাবাদ, ব্যক্তিবাদৰ বাবেই বিজেপিৰ প্ৰতি মোহভংগ হ'ল: মন্তব্য বিনন্দ শইকীয়াৰ

2025-09-03 4 Dailymotion

"সম্প্ৰীতিৰ সমাজখন বিজেপিয়ে ধ্বংস কৰিছে । সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই দিয়া হৈছে । যাৰ বাবে আজি মই ভাৰতীয় জনতা পাৰ্টী ত্যাগ কৰিলোঁ ।" বিনন্দ শইকীয়া ।