Surprise Me!

বাঘে পোৱালি দিয়া এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ মুগা সঁচ উন্নয়ন প্ৰকল্প

2025-09-03 2 Dailymotion

প্ৰতিপালনৰ অভাৱত এতিয়া এছিয়াৰ দ্বিতীয়টো সৰ্ববৃহৎ মুগা সঁচ উন্নয়ন প্ৰকল্পক আৱৰি ধৰিছে হাবি-জংঘলে ৷ এই জংঘলত বাঘে বিচৰণ কৰি পোৱালি জন্ম দি বংশবৃদ্ধিও কৰিছে ।