অসম সন্তান তথা ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ৮৬ সংখ্যক জন্মদিন উপলক্ষে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ।