Surprise Me!

চৰণেহে জানে মৰণৰ ঠাই... উন্মুক্ত নলাই প্ৰাণ ল'লে এটি নিস্পাপ শিশুৰ

2025-09-04 7 Dailymotion

লালগণেশৰ পৰা কালাপাহাৰলৈ প্ৰায় পাঁচ কিলোমিটাৰ অংশৰ অৱস্থা এতিয়া অতি শোচনীয় । ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।