এটাৰ পাছত আনটো হত্যাকাণ্ডই জোকাৰিছে চামগুৰিৰ বিভিন্ন অঞ্চল । এইবাৰ শুই থকা অৱস্থাতে দুৰ্বৃত্তই জ্বলাই দিলে মাতৃ-পুত্ৰক ।