Surprise Me!

গুৱাহাটী চাঞ্চল্যকৰ হত্যাকাণ্ড; বন্ধুৱে হত্যা কৰিলে বন্ধুক

2025-09-04 2 Dailymotion

আৰক্ষী সূত্ৰ অনুসৰি, অভিযুক্ত ৰফিকুল ইছলামে বন্ধু ৰিয়াজ আলীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে । বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মৃতদেহ ।