এজাহাৰৰ লগতে মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়াৰ পাছতে ফটাশিল আৰক্ষীয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰ্টিয়া ইনফ্ৰা প্ৰজেক্টছ লিমিটেডৰ সঞ্চালক অবিনাশ ভাৰ্টিয়াক উলুবাৰীৰ পৰা যোৱানিশা গ্ৰেপ্তাৰ কৰে ।