এখন গাঁও য'ত আজিলৈকে ধানখেতি নকৰে । কচু, জিকা, পানীলাও, ৰঙালাও, আদা-হালধি আদিৰ খেতি কৰিয়েই মোকলাইছে জীৱিকাৰ পথ ।