Surprise Me!

পথ নিৰ্মাণ কৰিলে অসমৰ ঠিকাদাৰক কৰিব গ্ৰেপ্তাৰ, গুলীয়াই দিয়াৰো ভাবুকি অৰুণাচল প্ৰশাসনৰ

2025-09-06 7 Dailymotion

অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা । অসমৰ ভূমিক অৰুণাচলৰ বুলি দাবী কৰি পথ নিৰ্মাণত বাধা ।