Surprise Me!

কংগ্ৰেছে অসমত গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম কৰি আছে বুলি দাবী গৌৰৱ গগৈৰ

2025-09-06 2 Dailymotion

সাংবাদিকে সুধিলে ১০ ছেপ্টেম্বৰৰ কথা আৰু গৌৰৱে ক'লে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ গৰু চোৰ, ভোট চোৰ, মাটি চোৰৰ কথা ।