আজি আন্তৰ্জাতিক শগুন সজাগতা দিৱস । এই বিশেষ দিনটোতে শগুনৰ সংখ্যা কিয় কমিছে, কিদৰে সংৰক্ষণ কৰিব পাৰি তাৰ পৰামৰ্শ দিলে এগৰাকী পশু চিকিৎসকে ।